وَيَقُولُ ٱلَّذِينَ ءَامَنُوٓا۟ أَهَٰٓؤُلَآءِ ٱلَّذِينَ أَقْسَمُوا۟ بِٱللَّهِ جَهْدَ أَيْمَٰنِهِمْ إِنَّهُمْ لَمَعَكُمْ حَبِطَتْ أَعْمَٰلُهُمْ فَأَصْبَحُوا۟ خَٰسِرِينَ
Assamese Translation - Rafiqul Islam Habibur-Rahmanআৰু মুমিনসকলে ক’ব, ‘ইহঁতেই সেইসকল লোক নেকি যিসকলে আল্লাহৰ নামত দৃঢ়ভাৱে শপত কৰিছিল যে, নিশ্চয় সিহঁত তোমালোকৰ লগত আছে’? সিহঁতৰ আমলসমূহ নিষ্ফল হৈছে, ফলত সিহঁত ক্ষতিগ্ৰস্ত হৈছে।