caseriqকোৰআনত অৰ্থভিত্তিক সন্ধান

ছুৰা Al-Maaida, আয়াত ২৯

মদিনা · অৱতৰণৰ ক্ৰম ১১২ · 5:29

إِنِّىٓ أُرِيدُ أَن تَبُوٓأَ بِإِثْمِى وَإِثْمِكَ فَتَكُونَ مِنْ أَصْحَٰبِ ٱلنَّارِ وَذَٰلِكَ جَزَٰٓؤُا۟ ٱلظَّٰلِمِينَ

Assamese Translation - Rafiqul Islam Habibur-Rahman‘নিশ্চয় মই বিচাৰোঁ তুমি মোৰ আৰু তোমাৰ পাপ লৈ উভতি যোৱা, ইয়াৰ ফলত তুমি জাহান্নামৰ অধিবাসী হ’বা, আৰু এইটোৱেই হৈছে যালিমসকলৰ প্ৰতিদান’।
Looking for a topic? Try the meaning search — your question is scanned across all 6,236 verses.
ভাষা — 70