caseriqকোৰআনত অৰ্থভিত্তিক সন্ধান

ছুৰা Al-Fath, আয়াত ১৯

মদিনা · অৱতৰণৰ ক্ৰম ১১১ · 48:19

وَمَغَانِمَ كَثِيرَةً يَأْخُذُونَهَا وَكَانَ ٱللَّهُ عَزِيزًا حَكِيمًا

Assamese Translation - Rafiqul Islam Habibur-Rahmanলগতে বিপুল পৰিমাণ যুদ্ধলব্ধ সম্পদৰ দ্বাৰা (তেওঁলোকক পুৰস্কৃত কৰিব) যিবোৰ তেওঁলোকে গ্ৰহণ কৰিব; আৰু আল্লাহ প্ৰবল পৰাক্ৰমশালী, প্ৰজ্ঞাময়।
Looking for a topic? Try the meaning search — your question is scanned across all 6,236 verses.
ভাষা — 70