caseriqকোৰআনত অৰ্থভিত্তিক সন্ধান

ছুৰা Al-Fath, আয়াত ১৩

মদিনা · অৱতৰণৰ ক্ৰম ১১১ · 48:13

وَمَن لَّمْ يُؤْمِنۢ بِٱللَّهِ وَرَسُولِهِۦ فَإِنَّآ أَعْتَدْنَا لِلْكَٰفِرِينَ سَعِيرًا

Assamese Translation - Rafiqul Islam Habibur-Rahmanআৰু যিয়ে আল্লাহ আৰু তেওঁৰ ৰাছুলৰ প্ৰতি ঈমান পোষণ নকৰে, নিশ্চয় আমি সেইসকল কাফিৰৰ বাবে প্ৰস্তুত কৰি ৰাখিছোঁ জলন্ত জুই।
Looking for a topic? Try the meaning search — your question is scanned across all 6,236 verses.
ভাষা — 70