caseriqকোৰআনত অৰ্থভিত্তিক সন্ধান

ছুৰা Al-Jaathiya, আয়াত ৪

মক্কা · অৱতৰণৰ ক্ৰম ৬৫ · 45:4

وَفِى خَلْقِكُمْ وَمَا يَبُثُّ مِن دَآبَّةٍ ءَايَٰتٌ لِّقَوْمٍ يُوقِنُونَ

Assamese Translation - Rafiqul Islam Habibur-Rahmanআৰু তোমালোকৰ সৃষ্টিত, লগতে যিবোৰ জীৱ-জন্তু সিঁচৰতি হৈ আছে, তাতো আছে বহুতো নিদৰ্শন, এনে সম্প্ৰদায়ৰ বাবে, যিসকলে নিশ্চিত বিশ্বাস স্থাপন কৰে;
Looking for a topic? Try the meaning search — your question is scanned across all 6,236 verses.
ভাষা — 70