caseriqকোৰআনত অৰ্থভিত্তিক সন্ধান

ছুৰা Al-Jaathiya, আয়াত ২০

মক্কা · অৱতৰণৰ ক্ৰম ৬৫ · 45:20

هَٰذَا بَصَٰٓئِرُ لِلنَّاسِ وَهُدًى وَرَحْمَةٌ لِّقَوْمٍ يُوقِنُونَ

Assamese Translation - Rafiqul Islam Habibur-Rahmanএইখন (কোৰআন) হৈছে মানৱ জাতিৰ বাবে আলোকবৰ্তিকা, আৰু নিশ্চিত বিশ্বাসী সম্প্ৰদায়ৰ বাবে হিদায়ত তথা ৰহমত।
Looking for a topic? Try the meaning search — your question is scanned across all 6,236 verses.
ভাষা — 70