وَإِن لَّمْ تُؤْمِنُوا۟ لِى فَٱعْتَزِلُونِ Assamese Translation - Rafiqul Islam Habibur-Rahman‘আৰু যদি তোমালোকে মোৰ প্ৰতি বিশ্বাস স্থাপন নকৰা, তেন্তে মোক এৰি গুচি যোৱা’।