caseriqকোৰআনত অৰ্থভিত্তিক সন্ধান

ছুৰা Ad-Dukhaan, আয়াত ১৬

মক্কা · অৱতৰণৰ ক্ৰম ৬৪ · 44:16

يَوْمَ نَبْطِشُ ٱلْبَطْشَةَ ٱلْكُبْرَىٰٓ إِنَّا مُنتَقِمُونَ

Assamese Translation - Rafiqul Islam Habibur-Rahmanযিদিনা আমি প্ৰবলভাৱে কৰায়ত্ত কৰিম, সেইদিনা আমি নিশ্চয় প্ৰতিশোধ লম।
Looking for a topic? Try the meaning search — your question is scanned across all 6,236 verses.
ভাষা — 70