caseriqকোৰআনত অৰ্থভিত্তিক সন্ধান

ছুৰা Az-Zukhruf, আয়াত ৫২

মক্কা · অৱতৰণৰ ক্ৰম ৬৩ · 43:52

أَمْ أَنَا۠ خَيْرٌ مِّنْ هَٰذَا ٱلَّذِى هُوَ مَهِينٌ وَلَا يَكَادُ يُبِينُ

Assamese Translation - Rafiqul Islam Habibur-Rahman‘মই এই ব্যক্তিতকৈ শ্ৰেষ্ঠ নহয়নে? যিজন হীন আৰু স্পষ্ট কথা ক’বলৈও প্ৰায় অক্ষম!
Looking for a topic? Try the meaning search — your question is scanned across all 6,236 verses.
ভাষা — 70