وَٱلَّذِينَ ٱسْتَجَابُوا۟ لِرَبِّهِمْ وَأَقَامُوا۟ ٱلصَّلَوٰةَ وَأَمْرُهُمْ شُورَىٰ بَيْنَهُمْ وَمِمَّا رَزَقْنَٰهُمْ يُنفِقُونَ
Assamese Translation - Rafiqul Islam Habibur-Rahmanআৰু তেওঁলোকে নিজ প্ৰতিপালকৰ আহ্বানত সঁহাৰি দিয়ে, ছালাত কায়েম কৰে আৰু তেওঁলোকে নিজৰ কৰ্মসমূহক পৰস্পৰ পৰামৰ্শৰ মাধ্যমত সম্পাদিত কৰে। লগতে তেওঁলোকক আমি যি জীৱিকা দান কৰিছোঁ তাৰ পৰা ব্যয় কৰে।