caseriqকোৰআনত অৰ্থভিত্তিক সন্ধান

ছুৰা Ash-Shura, আয়াত ৩০

মক্কা · অৱতৰণৰ ক্ৰম ৬২ · 42:30

وَمَآ أَصَٰبَكُم مِّن مُّصِيبَةٍ فَبِمَا كَسَبَتْ أَيْدِيكُمْ وَيَعْفُوا۟ عَن كَثِيرٍ

Assamese Translation - Rafiqul Islam Habibur-Rahmanআৰু তোমালোকৰ প্ৰতি যি বিপদ-আপদ আপতিত হয় সেয়া তোমালোকৰেই কৃতকৰ্মৰ পৰিণাম আৰু বহুতো অপৰাধ তেওঁ ক্ষমা কৰি দিয়ে।
Looking for a topic? Try the meaning search — your question is scanned across all 6,236 verses.
ভাষা — 70