caseriqকোৰআনত অৰ্থভিত্তিক সন্ধান

ছুৰা Ash-Shura, আয়াত ৩১

মক্কা · অৱতৰণৰ ক্ৰম ৬২ · 42:31

وَمَآ أَنتُم بِمُعْجِزِينَ فِى ٱلْأَرْضِ وَمَا لَكُم مِّن دُونِ ٱللَّهِ مِن وَلِىٍّ وَلَا نَصِيرٍ

Assamese Translation - Rafiqul Islam Habibur-Rahmanআৰু তোমালোকে পৃথিৱীত (আল্লাহৰ কৰ্ম পৰিকল্পনাক) ব্যৰ্থ কৰিব নোৱাৰিবা। আল্লাহৰ বাহিৰে তোমালোকৰ আন কোনো অভিভাৱক নাই আৰু কোনো সহায়কাৰীও নাই।
Looking for a topic? Try the meaning search — your question is scanned across all 6,236 verses.
ভাষা — 70