caseriqকোৰআনত অৰ্থভিত্তিক সন্ধান

ছুৰা Fussilat, আয়াত ৫১

মক্কা · অৱতৰণৰ ক্ৰম ৬১ · 41:51

وَإِذَآ أَنْعَمْنَا عَلَى ٱلْإِنسَٰنِ أَعْرَضَ وَنَـَٔا بِجَانِبِهِۦ وَإِذَا مَسَّهُ ٱلشَّرُّ فَذُو دُعَآءٍ عَرِيضٍ

Assamese Translation - Rafiqul Islam Habibur-Rahmanআৰু যেতিয়া আমি মানুহৰ প্ৰতি অনুগ্ৰহ কৰোঁ তেতিয়া সি মুখ ঘূৰাই লয় আৰু দূৰলৈ আঁতৰি যায়। কিন্তু যেতিয়া তাক অকল্যাণে স্পৰ্শ কৰে তেতিয়া সি দীৰ্ঘ প্ৰাৰ্থনাকাৰী হয়।
Looking for a topic? Try the meaning search — your question is scanned across all 6,236 verses.
ভাষা — 70