caseriqকোৰআনত অৰ্থভিত্তিক সন্ধান

ছুৰা Al-Ghaafir, আয়াত ৪৬

মক্কা · অৱতৰণৰ ক্ৰম ৬০ · 40:46

ٱلنَّارُ يُعْرَضُونَ عَلَيْهَا غُدُوًّا وَعَشِيًّا وَيَوْمَ تَقُومُ ٱلسَّاعَةُ أَدْخِلُوٓا۟ ءَالَ فِرْعَوْنَ أَشَدَّ ٱلْعَذَابِ

Assamese Translation - Rafiqul Islam Habibur-Rahmanপুৱা-গধূলি সিহঁতক অগ্নিত উপস্থিত কৰা হয় আৰু যিদিনা কিয়ামত সংঘটিত হ’ব সেইদিনা (ফিৰিস্তাসকলক) কোৱা হ’ব, ‘ফিৰআউন গোষ্ঠীক কঠোৰ শাস্তিত নিক্ষেপ কৰা’।
Looking for a topic? Try the meaning search — your question is scanned across all 6,236 verses.
ভাষা — 70