caseriqকোৰআনত অৰ্থভিত্তিক সন্ধান

ছুৰা An-Nisaa, আয়াত ৯৯

মদিনা · অৱতৰণৰ ক্ৰম ৯২ · 4:99

فَأُو۟لَٰٓئِكَ عَسَى ٱللَّهُ أَن يَعْفُوَ عَنْهُمْ وَكَانَ ٱللَّهُ عَفُوًّا غَفُورًا

Assamese Translation - Rafiqul Islam Habibur-Rahmanআল্লাহে হয়তো শীঘ্ৰেই সিহঁতৰ পাপ মোচন কৰিব, কাৰণ আল্লাহ পাপ মোচনকাৰী, ক্ষমাশীল।
Looking for a topic? Try the meaning search — your question is scanned across all 6,236 verses.
ভাষা — 70