caseriqকোৰআনত অৰ্থভিত্তিক সন্ধান

ছুৰা Az-Zumar, আয়াত ৫০

মক্কা · অৱতৰণৰ ক্ৰম ৫৯ · 39:50

قَدْ قَالَهَا ٱلَّذِينَ مِن قَبْلِهِمْ فَمَآ أَغْنَىٰ عَنْهُم مَّا كَانُوا۟ يَكْسِبُونَ

Assamese Translation - Rafiqul Islam Habibur-Rahmanনিশ্চয় সিহঁতৰ পূৰ্বৱৰ্তীসকলেও এইটোৱেই কৈছিল, কিন্তু সিহঁতে যি অৰ্জন কৰিছিল সেয়া সিহঁতৰ কোনো কামত অহা নাছিল।
Looking for a topic? Try the meaning search — your question is scanned across all 6,236 verses.
ভাষা — 70