caseriqকোৰআনত অৰ্থভিত্তিক সন্ধান

ছুৰা Az-Zumar, আয়াত ৩৩

মক্কা · অৱতৰণৰ ক্ৰম ৫৯ · 39:33

وَٱلَّذِى جَآءَ بِٱلصِّدْقِ وَصَدَّقَ بِهِۦٓ أُو۟لَٰٓئِكَ هُمُ ٱلْمُتَّقُونَ

Assamese Translation - Rafiqul Islam Habibur-Rahmanআনহাতে যিয়ে সত্য লৈ আহিছে আৰু সত্যক সত্য বুলি মানি লৈছে, তেওঁলোকেই হৈছে মুত্তাক্বী।
Looking for a topic? Try the meaning search — your question is scanned across all 6,236 verses.
ভাষা — 70