caseriqকোৰআনত অৰ্থভিত্তিক সন্ধান

ছুৰা Saad, আয়াত ৪৫

মক্কা · অৱতৰণৰ ক্ৰম ৩৮ · 38:45

وَٱذْكُرْ عِبَٰدَنَآ إِبْرَٰهِيمَ وَإِسْحَٰقَ وَيَعْقُوبَ أُو۟لِى ٱلْأَيْدِى وَٱلْأَبْصَٰرِ

Assamese Translation - Rafiqul Islam Habibur-Rahmanআৰু স্মৰণ কৰা, আমাৰ বান্দা ইব্ৰাহীম, ইছহাক্ব আৰু ইয়াকূবৰ কথা, তেওঁলোক আটায়ে আছিল শক্তিশালী আৰু সূক্ষ্মদৰ্শী।
Looking for a topic? Try the meaning search — your question is scanned across all 6,236 verses.
ভাষা — 70