caseriqকোৰআনত অৰ্থভিত্তিক সন্ধান

ছুৰা Saad, আয়াত ৩৪

মক্কা · অৱতৰণৰ ক্ৰম ৩৮ · 38:34

وَلَقَدْ فَتَنَّا سُلَيْمَٰنَ وَأَلْقَيْنَا عَلَىٰ كُرْسِيِّهِۦ جَسَدًا ثُمَّ أَنَابَ

Assamese Translation - Rafiqul Islam Habibur-Rahmanনিশ্চয় আমি ছুলাইমানক পৰীক্ষা কৰিছিলোঁ আৰু তেওঁৰ আসনৰ ওপৰত ৰাখিছিলোঁ এটি দেহ, তাৰ পিছত ছুলাইমান আমাৰ অভিমুখী হ’ল।
Looking for a topic? Try the meaning search — your question is scanned across all 6,236 verses.
ভাষা — 70