وَٱلْحَمْدُ لِلَّهِ رَبِّ ٱلْعَٰلَمِينَ Assamese Translation - Rafiqul Islam Habibur-Rahmanআৰু সকলো ধৰণৰ প্ৰশংসা কেৱল বিশ্বজগতৰ প্ৰতিপালক আল্লাহৰেই প্ৰাপ্য।