سَلَٰمٌ قَوْلًا مِّن رَّبٍّ رَّحِيمٍ Assamese Translation - Rafiqul Islam Habibur-Rahmanঅসীম দয়ালু প্ৰতিপালকৰ তৰফৰ পৰা কোৱা হ’ব ‘ছালাম’ (অভিনন্দন বা নিৰাপত্তা)।