caseriqকোৰআনত অৰ্থভিত্তিক সন্ধান

ছুৰা Yaseen, আয়াত ৪১

মক্কা · অৱতৰণৰ ক্ৰম ৪১ · 36:41

وَءَايَةٌ لَّهُمْ أَنَّا حَمَلْنَا ذُرِّيَّتَهُمْ فِى ٱلْفُلْكِ ٱلْمَشْحُونِ

Assamese Translation - Rafiqul Islam Habibur-Rahmanসিহঁতৰ বাবে আৰু এটা নিদৰ্শন হৈছে এই যে, আমি সিহঁতৰ বংশধৰবিলাকক ভৰ্তি নৌযানত আৰোহণ কৰোৱাইছিলোঁ;
Looking for a topic? Try the meaning search — your question is scanned across all 6,236 verses.
ভাষা — 70