caseriqকোৰআনত অৰ্থভিত্তিক সন্ধান

ছুৰা Saba, আয়াত ৫২

মক্কা · অৱতৰণৰ ক্ৰম ৫৮ · 34:52

وَقَالُوٓا۟ ءَامَنَّا بِهِۦ وَأَنَّىٰ لَهُمُ ٱلتَّنَاوُشُ مِن مَّكَانٍۭ بَعِيدٍ

Assamese Translation - Rafiqul Islam Habibur-Rahmanআৰু সিহঁতে ক’ব, ‘আমি ইয়াৰ প্ৰতি ঈমান আনিলোঁ’। কিন্তু ইমান দূৰৱৰ্তী স্থানৰ পৰা সিহঁতে (ঈমানক) লগ পাব কেনেকৈ?
Looking for a topic? Try the meaning search — your question is scanned across all 6,236 verses.
ভাষা — 70