caseriqকোৰআনত অৰ্থভিত্তিক সন্ধান

ছুৰা Saba, আয়াত ৪

মক্কা · অৱতৰণৰ ক্ৰম ৫৮ · 34:4

لِّيَجْزِىَ ٱلَّذِينَ ءَامَنُوا۟ وَعَمِلُوا۟ ٱلصَّٰلِحَٰتِ أُو۟لَٰٓئِكَ لَهُم مَّغْفِرَةٌ وَرِزْقٌ كَرِيمٌ

Assamese Translation - Rafiqul Islam Habibur-Rahmanযাতে তেওঁ সেইসকল লোকক প্ৰতিদান দিব পাৰে, যিসকলে ঈমান আনিছে আৰু সৎকৰ্ম কৰিছে। তেওঁলোকৰ বাবেই আছে ক্ষমা আৰু সন্মানজনক জীৱিকা।
Looking for a topic? Try the meaning search — your question is scanned across all 6,236 verses.
ভাষা — 70