caseriqকোৰআনত অৰ্থভিত্তিক সন্ধান

ছুৰা Al-Ahzaab, আয়াত ৪৭

মদিনা · অৱতৰণৰ ক্ৰম ৯০ · 33:47

وَبَشِّرِ ٱلْمُؤْمِنِينَ بِأَنَّ لَهُم مِّنَ ٱللَّهِ فَضْلًا كَبِيرًا

Assamese Translation - Rafiqul Islam Habibur-Rahmanআৰু তুমি মুমিনসকলক সুসংবাদ দিয়া যে, তেওঁলোকৰ বাবে আল্লাহৰ ওচৰত আছে মহা অনুগ্ৰহ।
Looking for a topic? Try the meaning search — your question is scanned across all 6,236 verses.
ভাষা — 70