caseriqকোৰআনত অৰ্থভিত্তিক সন্ধান

ছুৰা Al-Ahzaab, আয়াত ৩৯

মদিনা · অৱতৰণৰ ক্ৰম ৯০ · 33:39

ٱلَّذِينَ يُبَلِّغُونَ رِسَٰلَٰتِ ٱللَّهِ وَيَخْشَوْنَهُۥ وَلَا يَخْشَوْنَ أَحَدًا إِلَّا ٱللَّهَ وَكَفَىٰ بِٱللَّهِ حَسِيبًا

Assamese Translation - Rafiqul Islam Habibur-Rahmanতেওঁলোকে আল্লাহৰ বাণী প্ৰচাৰ কৰিছিল, আৰু তেওঁকেই ভয় কৰিছিল আৰু আল্লাহৰ বাহিৰে আন কাকো ভয় কৰা নাছিল। হিচাপ গ্ৰহণকাৰীৰূপে আল্লাহেই যথেষ্ট।
Looking for a topic? Try the meaning search — your question is scanned across all 6,236 verses.
ভাষা — 70