caseriqকোৰআনত অৰ্থভিত্তিক সন্ধান

ছুৰা Al-Ahzaab, আয়াত ২১

মদিনা · অৱতৰণৰ ক্ৰম ৯০ · 33:21

لَّقَدْ كَانَ لَكُمْ فِى رَسُولِ ٱللَّهِ أُسْوَةٌ حَسَنَةٌ لِّمَن كَانَ يَرْجُوا۟ ٱللَّهَ وَٱلْيَوْمَ ٱلْـَٔاخِرَ وَذَكَرَ ٱللَّهَ كَثِيرًا

Assamese Translation - Rafiqul Islam Habibur-Rahmanনিশ্চয় তোমালোকৰ মাজৰ যিসকলে আল্লাহৰ (সন্তুষ্টি কামনা কৰে) আৰু আখিৰাতৰ (ভাল ফলাফল) আশা কৰে, লগতে আল্লাহক বেছি বেছি স্মৰণ কৰে, তেওঁলোকৰ বাবে আল্লাহৰ ৰাছুলৰ (চৰিত্ৰৰ) মাজত আছে উত্তম আদৰ্শ।
Looking for a topic? Try the meaning search — your question is scanned across all 6,236 verses.
ভাষা — 70