caseriqকোৰআনত অৰ্থভিত্তিক সন্ধান

ছুৰা As-Sajda, আয়াত ১৯

মক্কা · অৱতৰণৰ ক্ৰম ৭৫ · 32:19

أَمَّا ٱلَّذِينَ ءَامَنُوا۟ وَعَمِلُوا۟ ٱلصَّٰلِحَٰتِ فَلَهُمْ جَنَّٰتُ ٱلْمَأْوَىٰ نُزُلًۢا بِمَا كَانُوا۟ يَعْمَلُونَ

Assamese Translation - Rafiqul Islam Habibur-Rahmanযিসকলে ঈমান আনিছে আৰু সৎকৰ্ম কৰিছে, তেওঁলোকৰ কৃতকৰ্মৰ ফলস্বৰূপে তেওঁলোকৰ আপ্যায়নৰ ঠিকনা হ’ব জান্নাত।
Looking for a topic? Try the meaning search — your question is scanned across all 6,236 verses.
ভাষা — 70