caseriqকোৰআনত অৰ্থভিত্তিক সন্ধান

ছুৰা Ar-Room, আয়াত ২৫

মক্কা · অৱতৰণৰ ক্ৰম ৮৪ · 30:25

وَمِنْ ءَايَٰتِهِۦٓ أَن تَقُومَ ٱلسَّمَآءُ وَٱلْأَرْضُ بِأَمْرِهِۦ ثُمَّ إِذَا دَعَاكُمْ دَعْوَةً مِّنَ ٱلْأَرْضِ إِذَآ أَنتُمْ تَخْرُجُونَ

Assamese Translation - Rafiqul Islam Habibur-Rahmanতেওঁৰ নিদৰ্শনাৱলীৰ মাজত আৰু আছে যে, তেওঁৰ আদেশতেই আকাশ আৰু পৃথিৱীয়ে ভাৰসাম্য ৰক্ষা কৰি আছে, তাৰ পিছত আল্লাহে যেতিয়া তোমালোকক মাটিৰ পৰা উঠিবলৈ এবাৰ আহ্বান কৰিব, তেতিয়া তোমালোকে ওলাই আহিবা।
Looking for a topic? Try the meaning search — your question is scanned across all 6,236 verses.
ভাষা — 70