caseriqকোৰআনত অৰ্থভিত্তিক সন্ধান

ছুৰা Ar-Room, আয়াত ২০

মক্কা · অৱতৰণৰ ক্ৰম ৮৪ · 30:20

وَمِنْ ءَايَٰتِهِۦٓ أَنْ خَلَقَكُم مِّن تُرَابٍ ثُمَّ إِذَآ أَنتُم بَشَرٌ تَنتَشِرُونَ

Assamese Translation - Rafiqul Islam Habibur-Rahmanআৰু তেওঁৰ নিদৰ্শনাৱলীৰ মাজত এইটোও এটা যে, তেওঁ তোমালোকক মাটিৰ পৰা সৃষ্টি কৰিছে, তাৰ পিছত তোমালোকে এতিয়া মানুহ হৈ সৰ্বত্ৰ সিঁচৰতি হৈ পৰিছা।
Looking for a topic? Try the meaning search — your question is scanned across all 6,236 verses.
ভাষা — 70