إِنَّ أَوْلَى ٱلنَّاسِ بِإِبْرَٰهِيمَ لَلَّذِينَ ٱتَّبَعُوهُ وَهَٰذَا ٱلنَّبِىُّ وَٱلَّذِينَ ءَامَنُوا۟ وَٱللَّهُ وَلِىُّ ٱلْمُؤْمِنِينَ
Assamese Translation - Rafiqul Islam Habibur-Rahmanনিশ্চয় মানুহৰ মাজত তেওঁলোকেই হৈছে ইব্ৰাহীমৰ ঘনিষ্ঠতম ব্যক্তি, যিসকলে তেওঁৰ অনুসৰণ কৰিছিল, লগতে এই নবী আৰু মুমিনসকলেও (তেওঁৰ অনুসৰণ কৰে); (জানি থোৱা) আল্লাহ হৈছে মুমিনসকলৰ অভিভাৱক।