caseriqকোৰআনত অৰ্থভিত্তিক সন্ধান

ছুৰা Al-Qasas, আয়াত ৪১

মক্কা · অৱতৰণৰ ক্ৰম ৪৯ · 28:41

وَجَعَلْنَٰهُمْ أَئِمَّةً يَدْعُونَ إِلَى ٱلنَّارِ وَيَوْمَ ٱلْقِيَٰمَةِ لَا يُنصَرُونَ

Assamese Translation - Rafiqul Islam Habibur-Rahmanআৰু আমিয়ে সিহঁতক নেতৃত্ব দান কৰিছিলোঁ; সিহঁতে মানুহক জাহান্নামৰ পিনে আহ্বান কৰিছিল; আৰু কিয়ামতৰ দিনা সিহঁতক অকণো সহায় কৰা নহ’ব।
Looking for a topic? Try the meaning search — your question is scanned across all 6,236 verses.
ভাষা — 70