caseriqকোৰআনত অৰ্থভিত্তিক সন্ধান

ছুৰা An-Naml, আয়াত ৮১

মক্কা · অৱতৰণৰ ক্ৰম ৪৮ · 27:81

وَمَآ أَنتَ بِهَٰدِى ٱلْعُمْىِ عَن ضَلَٰلَتِهِمْ إِن تُسْمِعُ إِلَّا مَن يُؤْمِنُ بِـَٔايَٰتِنَا فَهُم مُّسْلِمُونَ

Assamese Translation - Rafiqul Islam Habibur-Rahmanতুমি অন্ধবিলাককো সিহঁতৰ পথভ্ৰষ্টতাৰ পৰা সঠিক পথলৈ আনিব নোৱাৰিবা। তুমি কেৱল তেওঁলোককহে শুনাব পাৰিবা যিসকলে আমাৰ আয়াতসমূহৰ প্ৰতি ঈমান পোষণ কৰে, এতেকে তেওঁলোকেই হৈছে আত্মসমৰ্পণকাৰী।
Looking for a topic? Try the meaning search — your question is scanned across all 6,236 verses.
ভাষা — 70