caseriqকোৰআনত অৰ্থভিত্তিক সন্ধান

ছুৰা An-Naml, আয়াত ৫৮

মক্কা · অৱতৰণৰ ক্ৰম ৪৮ · 27:58

وَأَمْطَرْنَا عَلَيْهِم مَّطَرًا فَسَآءَ مَطَرُ ٱلْمُنذَرِينَ

Assamese Translation - Rafiqul Islam Habibur-Rahmanআৰু আমি সিহঁতৰ ওপৰত শাস্তিমূলক শিলাবৃষ্টি বৰ্ষণ কৰিছিলোঁ। এতেকে যিসকলক সতৰ্ক কৰা হৈছিল সিহঁতৰ বাবে এই বৃষ্টি কিমান যে নিকৃষ্ট আছিল!
Looking for a topic? Try the meaning search — your question is scanned across all 6,236 verses.
ভাষা — 70