caseriqকোৰআনত অৰ্থভিত্তিক সন্ধান

ছুৰা An-Naml, আয়াত ৩৩

মক্কা · অৱতৰণৰ ক্ৰম ৪৮ · 27:33

قَالُوا۟ نَحْنُ أُو۟لُوا۟ قُوَّةٍ وَأُو۟لُوا۟ بَأْسٍ شَدِيدٍ وَٱلْأَمْرُ إِلَيْكِ فَٱنظُرِى مَاذَا تَأْمُرِينَ

Assamese Translation - Rafiqul Islam Habibur-Rahmanসিহঁতে ক’লে, ‘আমি দেখোন শক্তিশালী আৰু কঠোৰ যুদ্ধা, কিন্তু সিদ্ধান্ত গ্ৰহণ কৰাৰ অধিকাৰ কেৱল আপোনাৰহে আছে; এতেকে চিন্তা কৰি চাওক, কি নিৰ্দেশ কৰিব’।
Looking for a topic? Try the meaning search — your question is scanned across all 6,236 verses.
ভাষা — 70