وَقِيلَ لَهُمْ أَيْنَ مَا كُنتُمْ تَعْبُدُونَ Assamese Translation - Rafiqul Islam Habibur-Rahmanসিহঁতক কোৱা হ’ব, ‘তোমালোকৰ সেইবোৰ উপাস্য (আজি) ক’ত, যিবোৰৰ তোমালোকে উপাসনা কৰিছিলা--