قَالَ لِمَنْ حَوْلَهُۥٓ أَلَا تَسْتَمِعُونَ Assamese Translation - Rafiqul Islam Habibur-Rahmanফিৰআউনে তাৰ ওচৰে-পাঁজৰে থকা লোকসকলক লক্ষ্য কৰি ক’লে, ‘তোমালোকে মনোযোগ সহকাৰে শুনিছানে’?