caseriqকোৰআনত অৰ্থভিত্তিক সন্ধান

ছুৰা Ash-Shu'araa, আয়াত ১৮৩

মক্কা · অৱতৰণৰ ক্ৰম ৪৭ · 26:183

وَلَا تَبْخَسُوا۟ ٱلنَّاسَ أَشْيَآءَهُمْ وَلَا تَعْثَوْا۟ فِى ٱلْأَرْضِ مُفْسِدِينَ

Assamese Translation - Rafiqul Islam Habibur-Rahman‘আৰু মানুহক সিহঁতৰ প্ৰাপ্য বস্তু কম নিদিবা আৰু পৃথিৱীত বিপৰ্যয় সৃষ্টি কৰি নুফুৰিবা।
Looking for a topic? Try the meaning search — your question is scanned across all 6,236 verses.
ভাষা — 70