caseriqকোৰআনত অৰ্থভিত্তিক সন্ধান

ছুৰা An-Noor, আয়াত ৫৬

মদিনা · অৱতৰণৰ ক্ৰম ১০২ · 24:56

وَأَقِيمُوا۟ ٱلصَّلَوٰةَ وَءَاتُوا۟ ٱلزَّكَوٰةَ وَأَطِيعُوا۟ ٱلرَّسُولَ لَعَلَّكُمْ تُرْحَمُونَ

Assamese Translation - Rafiqul Islam Habibur-Rahmanতোমালোকে যথাযথভাৱে ছালাত কায়েম কৰা, যাকাত প্ৰদান কৰা আৰু ৰাছুলৰ আনুগত্য কৰা, যাতে তোমালোক ৰহমতপ্ৰাপ্ত হ’ব পাৰা।
Looking for a topic? Try the meaning search — your question is scanned across all 6,236 verses.
ভাষা — 70