caseriqকোৰআনত অৰ্থভিত্তিক সন্ধান

ছুৰা An-Noor, আয়াত ৩৬

মদিনা · অৱতৰণৰ ক্ৰম ১০২ · 24:36

فِى بُيُوتٍ أَذِنَ ٱللَّهُ أَن تُرْفَعَ وَيُذْكَرَ فِيهَا ٱسْمُهُۥ يُسَبِّحُ لَهُۥ فِيهَا بِٱلْغُدُوِّ وَٱلْـَٔاصَالِ

Assamese Translation - Rafiqul Islam Habibur-Rahmanসেইবোৰ ঘৰত যিবোৰক সমুন্নত কৰিবলৈ আৰু তেওঁৰ নাম স্মৰণ কৰিবলৈ আল্লাহে নিৰ্দেশ দিছে, পুৱা-গধূলি তেওঁৰ পৱিত্ৰতা আৰু মহিমা ঘোষণা কৰে,
Looking for a topic? Try the meaning search — your question is scanned across all 6,236 verses.
ভাষা — 70