caseriqকোৰআনত অৰ্থভিত্তিক সন্ধান

ছুৰা Al-Muminoon, আয়াত ৯৮

মক্কা · অৱতৰণৰ ক্ৰম ৭৪ · 23:98

وَأَعُوذُ بِكَ رَبِّ أَن يَحْضُرُونِ

Assamese Translation - Rafiqul Islam Habibur-Rahman‘লগতে কোৱা, হে মোৰ প্ৰতিপালক! মোৰ ওচৰত সিহঁতৰ (চয়তানবোৰৰ) উপস্থিতিৰ পৰা মই তোমাৰ ওচৰত আশ্ৰয় প্ৰাৰ্থনা কৰোঁ’।
Looking for a topic? Try the meaning search — your question is scanned across all 6,236 verses.
ভাষা — 70