فَذَرْهُمْ فِى غَمْرَتِهِمْ حَتَّىٰ حِينٍ Assamese Translation - Rafiqul Islam Habibur-Rahmanএতেকে কিছু সময়ৰ বাবে সিহঁতক সিহঁতৰ বিভ্ৰান্তিৰ মাজতে এৰি দিয়া।