وَعَلَيْهَا وَعَلَى ٱلْفُلْكِ تُحْمَلُونَ Assamese Translation - Rafiqul Islam Habibur-Rahmanলগতে এইবোৰ পশু (ৰ পিঠিত) আৰু নৌযানত তোমালোকক আৰোহণ কৰোৱা হয়।