caseriqকোৰআনত অৰ্থভিত্তিক সন্ধান

ছুৰা Al-Hajj, আয়াত ২৪

মদিনা · অৱতৰণৰ ক্ৰম ১০৩ · 22:24

وَهُدُوٓا۟ إِلَى ٱلطَّيِّبِ مِنَ ٱلْقَوْلِ وَهُدُوٓا۟ إِلَىٰ صِرَٰطِ ٱلْحَمِيدِ

Assamese Translation - Rafiqul Islam Habibur-Rahmanতেওঁলোকক পৱিত্ৰ বাক্যৰ অনুগামী কৰা হৈছিল আৰু তেওঁলোক পৰিচালিত হৈছিল পৰম প্ৰশংসিত আল্লাহৰ পথত।
Looking for a topic? Try the meaning search — your question is scanned across all 6,236 verses.
ভাষা — 70