caseriqকোৰআনত অৰ্থভিত্তিক সন্ধান

ছুৰা Al-Anbiyaa, আয়াত ১৫

মক্কা · অৱতৰণৰ ক্ৰম ৭৩ · 21:15

فَمَا زَالَت تِّلْكَ دَعْوَىٰهُمْ حَتَّىٰ جَعَلْنَٰهُمْ حَصِيدًا خَٰمِدِينَ

Assamese Translation - Rafiqul Islam Habibur-Rahmanএতেকে সিহঁতৰ এই আৰ্তনাদ চলিয়ে আছিল যেতিয়ালৈকে আমি সিহঁতক দাই নিয়া শস্য আৰু নুমাই যোৱা জুইৰ দৰে কৰা নাছিলোঁ।
Looking for a topic? Try the meaning search — your question is scanned across all 6,236 verses.
ভাষা — 70