caseriqকোৰআনত অৰ্থভিত্তিক সন্ধান

ছুৰা Taa-Haa, আয়াত ৬

মক্কা · অৱতৰণৰ ক্ৰম ৪৫ · 20:6

لَهُۥ مَا فِى ٱلسَّمَٰوَٰتِ وَمَا فِى ٱلْأَرْضِ وَمَا بَيْنَهُمَا وَمَا تَحْتَ ٱلثَّرَىٰ

Assamese Translation - Rafiqul Islam Habibur-Rahmanআকাশসমূহ, পৃথিৱী আৰু এই দুয়োৰে মাজত যি যি আছে লগতে ভূ-গৰ্ভত যি আছে সেই সকলো তেওঁৰেই।
Looking for a topic? Try the meaning search — your question is scanned across all 6,236 verses.
ভাষা — 70