لِنُرِيَكَ مِنْ ءَايَٰتِنَا ٱلْكُبْرَى Assamese Translation - Rafiqul Islam Habibur-Rahman‘এইটো এইকাৰণে যে, আমি তোমাক আমাৰ কিছুমান মহান নিদৰ্শনাৱলী দেখুৱাম।