caseriqকোৰআনত অৰ্থভিত্তিক সন্ধান

ছুৰা Taa-Haa, আয়াত ১০৪

মক্কা · অৱতৰণৰ ক্ৰম ৪৫ · 20:104

نَّحْنُ أَعْلَمُ بِمَا يَقُولُونَ إِذْ يَقُولُ أَمْثَلُهُمْ طَرِيقَةً إِن لَّبِثْتُمْ إِلَّا يَوْمًا

Assamese Translation - Rafiqul Islam Habibur-Rahmanআমি ভালদৰেই জানো সিহঁতে কি ক’ব, সিহঁতৰ মাজৰ যিয়ে সৰ্বাপেক্ষা বেছি উত্তমপথত আছিল (বিবেকৱান ব্যক্তি) সি ক’ব, ‘তোমালোকে মাত্ৰ এদিনহে অৱস্থান কৰিছিলা’।
Looking for a topic? Try the meaning search — your question is scanned across all 6,236 verses.
ভাষা — 70