caseriqকোৰআনত অৰ্থভিত্তিক সন্ধান

ছুৰা Maryam, আয়াত ৬১

মক্কা · অৱতৰণৰ ক্ৰম ৪৪ · 19:61

جَنَّٰتِ عَدْنٍ ٱلَّتِى وَعَدَ ٱلرَّحْمَٰنُ عِبَادَهُۥ بِٱلْغَيْبِ إِنَّهُۥ كَانَ وَعْدُهُۥ مَأْتِيًّا

Assamese Translation - Rafiqul Islam Habibur-Rahmanএইটো চিৰস্থায়ী জান্নাত, যাৰ গায়েবী প্ৰতিশ্ৰুতি পৰম কৰুণাময়ে তেওঁৰ বান্দাসকলক প্ৰদান কৰিছিল। নিশ্চয় তেওঁৰ প্ৰতিশ্ৰুত বিষয় অৱশ্যম্ভাৱী।
Looking for a topic? Try the meaning search — your question is scanned across all 6,236 verses.
ভাষা — 70