caseriqকোৰআনত অৰ্থভিত্তিক সন্ধান

ছুৰা Maryam, আয়াত ৪৭

মক্কা · অৱতৰণৰ ক্ৰম ৪৪ · 19:47

قَالَ سَلَٰمٌ عَلَيْكَ سَأَسْتَغْفِرُ لَكَ رَبِّىٓ إِنَّهُۥ كَانَ بِى حَفِيًّا

Assamese Translation - Rafiqul Islam Habibur-Rahmanইব্ৰাহীমে ক’লে, ‘আপোনাৰ প্ৰতি ছালাম। মই মোৰ প্ৰতিপালকৰ ওচৰত আপোনাৰ বাবে ক্ষমা প্ৰাৰ্থনা কৰিম; নিশ্চয় তেওঁ মোৰ প্ৰতি বৰ অনুগ্ৰহশীল।
Looking for a topic? Try the meaning search — your question is scanned across all 6,236 verses.
ভাষা — 70